এছিয়া কাপৰ বাবে ভাৰতীয় দল ঘোষণা 

Pc the indian express

এছিয়া কাপৰ বাবে ভাৰতীয় দল ঘোষণা 

ৰঙিলী বাৰ্ত্তাসেৱা-  আগন্তুক এছিয়া কাপৰ বাবে টীম ইণ্ডিয়াৰ দল ঘোষণা। দলটোলৈ প্ৰত্যাৱৰ্তন ঘটিছে লোকেশ ৰাহুল আৰু কোহলিৰ। ইপিনে, আঘাতৰ বাবে বুমৰাহ আৰু হৰ্ষলক দলটোত অন্তর্ভুক্ত কৰা হোৱা নাই। শ্রেয়াছ আয়াৰ, অক্ষৰ পেটেল আৰু দীপক চহৰক ষ্টেণ্ডবাই খেলুৱৈ হিচাপে ৰখা হৈছে। এছিয়া কাপলৈ ঘোষিত দলটো হ’ল ৰোহিত, ৰাহুল, কোহলি, সূর্যকুমাৰ, হুদা, পণ্ট, কার্তিক, হার্দিক, জাদেজা, আশ্বিন, চহল, বিষ্ণই, ভুবনেশ্বৰ, অশদ্বীপ আৰু আভেজ খান।