উপ ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদানৰ পৰা বিৰত থাকিব তৃণমূল কংগ্ৰেছে

Pc India Today

উপ ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদানৰ পৰা বিৰত থাকিব তৃণমূল কংগ্ৰেছে

ৰঙিলী বাৰ্ত্তাসেৱা-  পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নেতৃত্বত তৃণমূল কংগ্ৰেছে আগন্তুক উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদানৰ পৰা বিৰত থাকিব, দলৰ সাংসদ অভিষেক বেনাৰ্জীয়ে কয়। তেওঁ কয় যে দলটোৱে পশ্চিম বংগৰ ৰাজ্যপাল এন ডি এৰ প্ৰাৰ্থী জগদীপ ধনখৰক সমৰ্থন নকৰে। বিৰোধীয়ে নিৰ্বাচনত মাৰ্গাৰেট আলভাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।