উচ্চ শিক্ষাৰ পৰীক্ষা সন্দৰ্ভত ASDM ৰ নতুন নিৰ্দেশনা

Pc-india mart

অনলাইন বাৰ্ত্তাসেৱা-  উচ্চ শিক্ষাৰ পৰীক্ষা সন্দৰ্ভত ASDM ৰ নতুন নিৰ্দেশনা।উচ্চ শিক্ষাৰ নিয়োগ আৰু প্রৱেশ পৰীক্ষা পতাৰ নিৰ্দেশনা ক্ষেত্ৰত  ক’ভিড প্রট’কল আৰু পৰিস্থিতি বুজ লৈহে পৰীক্ষাৰ নিৰ্দেশনা। মাত্ৰ ৫০ শতাংশ পৰীক্ষাৰ্থীৰেহে পাতিব পাৰিব পৰীক্ষা । ২০০তকৈ অধিক পৰীক্ষাৰ্থী এটা চিফটত থাকিব নোৱাৰিব। পৰীক্ষাৰ্থীৰ ক্ষেত্রত প্রযোজ্য নহ’ব আন্তঃজিলা যাতায়াতৰ নিৰ্দেশনা প্রযোজ্য নহ’ব সান্ধ্য আইন আৰু যুগ্ম-অযুগ্ম ফৰ্মূলাও পৰীক্ষাৰ্থীসকলৰ লগত থাকিব লাগিব পৰীক্ষাৰ এডমিট কাৰ্ড। BY utpal kalita