‘ইণ্ডিয়ান আইডল ১২’ ৰ  বিজয়ী ঘোষণা

BOL News

‘ইণ্ডিয়ান আইডল ১২’ ৰ  বিজয়ী ঘোষণা

অনলাইন বাৰ্ত্তাসেৱা – চনী টিভিত অনুস্থিত হোৱা ১২ ঘণ্টীয়া দীঘলীয়া অনুস্থানৰ অন্তত পৱনদীপ ৰাজনক ছিঙিং ৰিয়েলিটি শ্ব’ ‘ইণ্ডিয়ান আইডল ১২’ৰ বিজয়ী হিজয়ী হিচাপে ঘোষণা কৰা হয়। অনুষ্ঠানটোৰ বিজয়ী ঘোষণা কৰাৰ পিছত তেওঁক এটা ট্ৰফীৰ লগতে 25 লাখ নগদ পুৰস্কাৰ আৰু এখন গাড়ী পুৰস্কাৰ হিচাপে প্ৰদান কৰা হৈছিল। অৰুণিতা কাঞ্জিলাল আৰু ছাইলি কাম্বলেক ক্ৰমান্বয়ে প্ৰথম ৰানাৰ-আপ আৰু দ্বিতীয় ৰানাৰ-আপ হিচাপে ঘোষণা কৰা হয়।

উল্লেখযোগ্য যে ‘ইণ্ডিয়ান আইডল-১২’ জয় কৰা পৱনদীপ ৰাজনে প্ৰকাশ যে তেওঁ বিজয়ী হিচাপে ঘোষিত হৈছিল যদিও আনন্দত আত্মহাৰা হোৱা নাছিল। তেওঁ কয়, “মোৰ মনত মাত্ৰ এটা কথা আছিল যে যিয়ে অনুষ্ঠানটো জিকিব, ট্ৰফীটো এজন বন্ধুৱে প্ৰাপ্ত কৰিব।”

(UD.)