ইউক্ৰেইনত আৱদ্ধ হৈ থকা ২,০৭৮ জন উত্তৰ প্ৰদেশৰ শিক্ষাৰ্থীক স্থানান্তৰ: মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ

pc The Print

ইউক্ৰেইনত আৱদ্ধ হৈ থকা ২,০৭৮ জন উত্তৰ প্ৰদেশৰ শিক্ষাৰ্থীক স্থানান্তৰ: মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ

ৰঙিলী বাৰ্ত্তাসেৱা-  উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে ইউক্ৰেইনত অধ্যয়ন কৰি থকা উত্তৰ প্ৰদেশৰ মুঠ ২,২৯০ জন শিক্ষাৰ্থীৰ ভিতৰত ২,০৭৮ জনক সুৰক্ষিতভাৱে স্থানান্তৰ কৰা হৈছে আৰু তেওঁলোক নিজ নিজ ঘৰলৈ উভতি আহিছে। তেওঁ লগতে জনায় যে গোৰখপুৰৰ ৭৪ জন শিক্ষাৰ্থীৰ ভিতৰত ৭০ জন সুৰক্ষিতভাৱে উভতি আহিছে। “বাকী শিক্ষাৰ্থীসকলকো সুৰক্ষিতভাৱে ঘূৰাই অনা হৈছে,” মুখ্যমন্ত্ৰীয়ে লগতে কয়।