ইংলেণ্ডে দক্ষিণ আফ্ৰিকাক ১৩৭ ৰাণত পৰাস্ত কৰি পোনপটীয়াকৈ ২য়বাৰৰ বাবে মহিলা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ 

pc scroll.in

ইংলেণ্ডে দক্ষিণ আফ্ৰিকাক ১৩৭ ৰাণত পৰাস্ত কৰি পোনপটীয়াকৈ ২য়বাৰৰ বাবে মহিলা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ 

ৰঙিলী বাৰ্ত্তাসেৱা-  দ্বিতীয় খন ছেমি ফাইনেলত ইংলেণ্ডে দক্ষিণ আফ্ৰিকাক ১৩৭ ৰাণত পৰাস্ত কৰি পোনপটীয়াকৈ দ্বিতীয়বাৰৰ বাবে মহিলা বিশ্বকাপৰ ফাইনেলত উপনীত হয়। ডেনিয়েল ৱাইটে ইংলেণ্ডৰ হৈ সৰ্বাধিক ১২৯ ৰাণ সংগ্ৰহ কৰে। ইংলেণ্ডে মুঠ ২৯৩-৮ ৰাণ সংগ্ৰহ কৰে। আনহাতে ইংলেণ্ডে দক্ষিণ আফ্ৰিকাক ১৫৬ ৰাণত অল আউট কৰি ফাইনেলত প্ৰৱেশ কৰে ।