আজিৰ ৰাশিফল

Pc The indian Express

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আঘোণ মাহৰ ২৭ তাৰিখ ৰবিবাৰ , ইংৰাজী ১৪ ডিচেম্বৰ |
শুক্ল পক্ষ, একাদশী তিথি ||
* *
সূৰ্য্যোদয় = ৬/৬/৫০ মি.
সূৰ্য্যোস্থয় = ৪/২৯/৫৩ মি.

জন্মতঃ= মেষ ৰাশি (অ, ল), ক্ষত্রিয় বৰ্ন, মাহেন্দ্ৰ যোগ, দেৱ গন, ঘোঁৰাৰ অস্থি ||

আদ্যঋতু হলে ঃ= দুঃশীলা যোগ, ৪৫ দিনীয়া ব্ৰত, ক’লা পাৰ চৰাই এজোৰ দান, অধিপতি গ্ৰহ – ৰাহু-কেতু || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ= উৰহী খোৱা নিষেধ, ৰাতি পূৰৈ শাক খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = অযথা ব্যয় বৃদ্ধি হব পাৰে |
বৃষ = বন্ধুৰ লগত মনোমালিন্য ঘটিব পাৰে |
মিথুন = যশস্যা লাভ কৰিবলৈ সক্ষম হব |
কৰ্কট = কাৰোবাৰ পৰা প্ৰতাৰিত হোৱাৰ সম্ভাৱনা আছে |
সিংহ = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
কন্যা = অধিক পৰিমাণে ব্যয় হোৱাৰ সম্ভাৱনা আছে |
তুলা = কৰ্মত বিজয়ী হব পাৰিব |
বৃশ্চিক = সমস্যা সমাধান কৰিবলৈ সুযোগ লাভ কৰিব |
ধনু = ধনৰ আগমন বৃদ্ধি হব |
মকৰ = কৃতকাৰ্যতা লাভ কৰিব পাৰিব |
কুম্ভ = কৰ্মত জটিলতা দেখা যায় |
মীন = মানসিক অশান্তি ভুগিব লগা হব পাৰে |