আজিৰ ৰাশিফল

pc- Disha News

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আহিন মাহৰ ২২ তাৰিখ শনিবাৰ , ইংৰাজী ৯ অক্টোবৰ |
শুক্লা পক্ষ, তৃতীয় তিথি, দিবা ৭/৪৮/২৯ মি. পৰা চতুৰ্থী তিথি |
* *
সূৰ্য্যোদয় = ৫/২৩/২১ মি.
সূৰ্য্যোস্থয় = ৪/৫৭/৩৫ মি.

জন্মতঃ= তুলা ৰাশি (ৰ, ত), বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, বৰুণ যোগ, দেৱাৰি গন, বাঘৰ অস্থি ||

আদ্যঋতু হলে= বেশ্যা যোগ, ১৫ দিনীয়া ব্ৰত, ৰাজ হাহঁ দান, অধিপতি গ্ৰহ = ৰবি | _ _ _ _
ভক্ষ্যাভক্ষ্যঃ . মুলা খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = বিলাস ভোজন ভোগ আছে |
বৃষ = আত্মীয়ৰ আগমন ঘটিব |
মিথুন = হঠাৎ প্ৰাপ্তিৰ যোগ দেখা যায় |
কৰ্কট = মুল্যবান দ্ৰব্য নাশ হব পাৰে |
সিংহ = জ্ঞান লাভ কৰিবলৈ সক্ষম হব |
কন্যা = মনৰ চঞ্চলতা বৃদ্ধি হব পাৰে |
তুলা = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
বৃশ্চিক = পাৰিবাৰিক উন্নতি সাধন হব |
ধনু = তীৰ্থ ভ্ৰমণৰ যোগাযোগ লাভ কৰিব |
মকৰ = ভোগ বিলাস দেখা যায় |
কুম্ভ = প্ৰিয় বন্ধু লাভ কৰিব |
মীন = এলাহ বৃদ্ধি হোৱা দেখা যায় |