আজিৰ ৰাশিফল

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি আহাৰ মাহৰ ৬ তাৰিখ সোমবাৰ , ইংৰাজী ২১ জুন |
শুক্লাপক্ষ, একাদশী তিথি, দিবা ১/৩১/৪০মি. পৰা দ্বাদশী তিথি |

সূৰ্য্যোদয় = ৪/৩৬/১৫ মি.
সূৰ্য্যোস্থয় = ৬/১৪/৩৬ মি.

জন্মত= তুলা ৰাশি (ৰ, ত), বৈশ্যবৰ্ন, বৰুণ যোগ, দেৱ গন, মহিষৰ অস্থি ||

আদ্যঋতু হলে= বেশ্যা যোগ, ১৫ দিনীয়া ব্ৰত, ৰাজহাঁহ দান ||

*আজিৰ ৰাশিফলঃ* =

মেষ = কৰ্মত পৰিবৰ্তন অাহিব |
বৃষ = সমস্যা সমাধান কৰাৰ সুযোগ লাভ কৰিব |
মিথুন = আলহীৰ আগমন ঘটিব |
কৰ্কট = দায়িত্ব বৃদ্ধি হোৱাৰ যোগ |
সিংহ = জ্ঞান লাভ কৰিবলৈ পাৰিব |
কন্যা = মনত হতাশা বৃদ্ধি পাব |
তুলা = এলাহৰ বাবে আৰ্থিক ক্ষতি হব পাৰে |
বৃশ্চিক = ভ্ৰমণ যোগাযোগ পাব |
ধনু = বুদ্ধি ভ্ৰষ্ট হব পাৰে |
মকৰ = মনৰ আশা ত্যাগ কৰিব লগীয়া হব |
কুম্ভ = মানসিক দুঃচিন্তা বৃদ্ধি পাব |
মীন = আপোনাৰ শত্রু হানি হব |