আজিৰ ৰাশিফল

Pc India Today

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি কাতি মাহৰ ৮ তাৰিখ বুধবাৰ , ইংৰাজী ২৬ অক্টোবৰ |
শুক্লা পক্ষ , প্ৰতিপদ তিথি ||
*

ভক্ষ্যাভক্ষ্যঃ= কোমোৰা খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = নতুন যোগাযোগ লাভ কৰিব |
বৃষ = ধন লাভৰ যোগ আছে |
মিথুন = মানসিক দুঃচিন্তা বৃদ্ধি হব |
কৰ্কট = ঋণ আদায় কৰিব পাৰিব |
সিংহ = কৰ্মত জটিলতা বৃদ্ধি হব |
কন্যা = ঠগৰ পৰা সাৱধান হব |
তুলা = শত্রু বৃদ্ধি হব পাৰে |
বৃশ্চিক = মনৰ আশা পূৰন হোৱা দেখা যায় |
ধনু = অযথা ব্যয় বৃদ্ধি হব পাৰে |
মকৰ = ঋণ পৰিশোধ কৰিবলৈ সক্ষম হব |
কুম্ভ = দাম্পত্য সুখ লাভ কৰিব |
মীন = আত্মীয়ৰ আগমন ঘটিব |