আজিৰ ৰাশিফল

Pc MARCA

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি কাতি মাহৰ ২ তাৰিখ বৃহস্পতি বাৰ , ইংৰাজী ২০ অক্টোবৰ |
কৃষ্ণ পক্ষ , দশমী তিথি ||
*

ভক্ষ্যাভক্ষ্যঃ= কলমৌ খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = কৰ্ম ব্যস্ততা বৃদ্ধি হব |
বৃষ = সন্মান লাভ কৰিব |
মিথুন = মনৰ আশা ভংগ হব পাৰে |
কৰ্কট = শুভ সংবাদ লাভ কৰিব |
সিংহ = ধনাগম বৃদ্ধি হোৱাৰ যোগ আছে |
কন্যা = অপযশৰ ভয় আছে |
তুলা = সঞ্চয় বৃদ্ধি হব |
বৃশ্চিক = আত্মীয়ৰ আগমন ঘটিব |
ধনু = ন্যাৰ্যপ্ৰাপ্তিৰ যোগ দেখা যায় |
মকৰ = এলাহ বৃদ্ধি হব পাৰে |
কুম্ভ = উৎসাহ হীনতাত ভূগিব |
মীন = বন্ধুৰ আগমন ঘটিব পাৰে |