আজিৰ ৰাশিফল

Pc MARCA

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি আহিন মাহৰ ৭ তাৰিখ শনিবাৰ , ইংৰাজী ২৪ চেপ্তেম্বৰ |
কৃষ্ণ পক্ষ , চতুৰ্দশী তিথি ||
*

ভক্ষ্যাভক্ষ্যঃ= উৰহী খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = অনৰ্থক চিন্তা বৃদ্ধি হব |
বৃষ = নতুন বন্ধু লাভ কৰিব |
মিথুন = কৰ্মত প্ৰশংসা লাভ কৰিব |
কৰ্কট = এলাহ বৃদ্ধি হোৱা দেখা যায় |
সিংহ = কাৰ্য্য সিদ্ধিৰ যোগ আছে |
কন্যা = বন্ধুৰ লগত বিশ্চেদ হব পাৰে |
তুলা = কৰ্মত সাফল্য অৰ্জন কৰিব |
বৃশ্চিক = আয় বৃদ্ধি কৰিব পাৰিব |
ধনু = আত্মীয়ৰ আগমন ঘটিব |
মকৰ = ভ্ৰমনত কষ্ট দেখা যায় |
কুম্ভ = কাৰ্য্য সুখ লাভ কৰিব |
মীন = কৰ্মত সফল হব |