আজিৰ ৰাশিফল

pc marca

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি শাওঁন মাহৰ ১৮ তাৰিখ বৃহস্পতিবাৰ , ইংৰাজী ৪ আগষ্ট |
শুক্ল পক্ষ , সপ্তমী তিথি ||
* *
সূৰ্য্যোদয় = ৪/৫৩/৬ মি.
সূৰ্য্যোস্থয় = ৬/৫/৪ মি.

ভক্ষ্যাভক্ষ্যঃ= তাল খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = হতাশা বৃদ্ধি হোৱা দেখা যায় |
বৃষ = কৰ্ম ব্যস্ততা বাঢ়িব |
মিথুন = নিজৰ কামত দায়িত্ব বৃদ্ধি হব |
কৰ্কট = কৰ্ম জটিলতা বৃদ্ধি হোৱা দেখা যায় |
সিংহ = খৰচ বৃদ্ধি হোৱা দেখা যায় |
কন্যা = মনৰ আশা ভংগ হব পাৰে |
তুলা = কামৰ কৃতকাৰ্যতা লাভ কৰিব |
বৃশ্চিক = দাম্পত্য সুখ লাভ কৰিব |
ধনু = বন্ধু লাভ কৰিব |
মকৰ = সম্পদ বৃদ্ধি হব |
কুম্ভ = আত্মাগ্লানিয়ে দেখা দিব |
মীন = খং আৰু অভিমান বৃদ্ধি হব |