আজিৰ ৰাশিফল

Pc India tv news

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি শাওঁন মাহৰ ৪ তাৰিখ বৃহস্পতিবাৰ , ইংৰাজী ২১ জুলাই |
কৃষ্ণ পক্ষ , অষ্টমী তিথি ||
* *
সূৰ্য্যোদয় = ৪/৪৫/৫২ মি.
সূৰ্য্যোস্থয় = ৬/১২/২০ মি.

জন্মতঃ= মেষ ৰাশি (অ, ল), দেব গন, ক্ষত্রিয় বৰ্ন, মাহেন্দ্ৰ যোগ, ঘোঁৰাৰ অস্থি |

আদ্যঋতু হলে ঃ= দুঃশিলা যোগ, ৪৫ দিনীয়া ব্ৰত, ক’লা পাৰ চৰাই এজোৰ দান, অধিপতি গ্ৰহ ৰাহু, কেতু |

ভক্ষ্যাভক্ষ্যঃ= নাৰিকল খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = যশস্যা বৃদ্ধি পাব |
বৃষ = নতুন যোগাযোগ লাভ কৰিব |
মিথুন = মনৰ আশা ভংগ হব পাৰে |
কৰ্কট = অযথা চিন্তা মনত উদয় হব |
সিংহ = অনৰ্থক ব্যয় বৃদ্ধি হব |
কন্যা = হঠাত প্ৰাপ্তি যোগ আছে |
তুলা = ধনাগম বৃদ্ধি হব |
বৃশ্চিক = কৰ্ম ব্যস্ততা বাঢ়িব |
ধনু = কনিষ্ঠৰ বাবে মনত শান্তি পাব |
মকৰ = বেমাৰে দেহত কষ্ট দিব |
কুম্ভ = মনৰ হতাশা বৃদ্ধি হব |
মীন = এলাহ বৃদ্ধি হব |