আজিৰ ৰাশিফল

Pc Jagran English

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি আহাৰ মাহৰ ৩১ তাৰিখ শনিবাৰ , ইংৰাজী ১৬ জুলাই |
কৃষ্ণ পক্ষ, তৃতীয় তিথি ||
* *
সূৰ্য্যোদয় = ৪/৪৪/১৩ মি.
সূৰ্য্যোস্থয় = ৬/১৩/৯ মি.
জন্মতঃ= কুম্ভ ৰাশি (গ, স, শ), দেবাৰি গন, বৈশ্যবৰ্ন, অগ্নি যোগ, কুম্ভীৰৰ অস্থি |

আদ্যঋতু হলে ঃ= সুভগা যোগ, ৭ দিনীয়া ব্ৰত, চানাৰ মিঠাই দান, অধিপতি গ্ৰহ – শুক্ৰ |

ভক্ষ্যাভক্ষ্যঃ= পটল খোৱা নিষেধ ||
আজিৰ ৰাশিফলঃ =

মেষ = কৰ্মত পৰিবৰ্তন হোৱা দেখা যায় |
বৃষ = সমস্যা সমাধান হব |
মিথুন = আলহীৰ আগমন ঘটিব |
কৰ্কট = দায়িত্ব বৃদ্ধি হব |
সিংহ = জ্ঞান লাভ কৰিব পাৰিব |
কন্যা = হতাশা বৃদ্ধি হব |
তুলা = এলাহ বৃদ্ধি হব |
বৃশ্চিক = ভ্ৰমনৰ বাবে যোগাযোগ পাব |
ধনু = বুদ্ধি ভ্ৰষ্ট হব পাৰে |
মকৰ = মনৰ আশা ভংগ হব |
কুম্ভ = মানসিক দুঃচিন্তা বৃদ্ধি হব |
মীন = শত্রু হানি হোৱাৰ যোগ আছে |