আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||
আজি আহাৰ মাহৰ ৫ তাৰিখ সোমবাৰ , ইংৰাজী ২০ জুন |
কৃষ্ণা পক্ষ, সপ্তমী তিথি ||
* *
সূৰ্য্যোদয় = ৪/৩৪/৯ মি.
সূৰ্য্যোস্থয় = ৬/১৩/৪৯ মি.
জন্মতঃ= কুম্ভ ৰাশি (গ, স, শ), বৈশ্যবৰ্ন, অগ্নি যোগ, মনুষ্য অস্থি, দেৱাৰি গন |
আদ্যঋতু হলে ঃ= দুৰ্ভগা যোগ, ১২ দিনীয়া ব্ৰত, কাছ দান অভাৱে জীয়া মাছ দান, অধিপতি গ্ৰহ – মঙ্গল |
ভক্ষ্যাভক্ষ্যঃ= তাল খোৱা নিষেধ ||
আজিৰ ৰাশিফলঃ =
মেষ = কৰ্মত পৰিবৰ্তন হোৱা দেখা যায় |
বৃষ = সমস্যা সমাধান হব |
মিথুন = আলহীৰ আগমন ঘটিব |
কৰ্কট = দায়িত্ব বৃদ্ধি হব |
সিংহ = জ্ঞান লাভ কৰিব পাৰিব |
কন্যা = হতাশা বৃদ্ধি হব |
তুলা = এলাহ বৃদ্ধি হব |
বৃশ্চিক = ভ্ৰমনৰ বাবে যোগাযোগ পাব |
ধনু = বুদ্ধি ভ্ৰষ্ট হব পাৰে |
মকৰ = মনৰ আশা ভংগ হব |
কুম্ভ = মানসিক দুঃচিন্তা বৃদ্ধি হব |
মীন = শত্রু হানি হোৱাৰ যোগ আছে |