আজিৰ ৰাশিফল

p.c. CBC

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি মাঘ মাহৰ ১৩ তাৰিখ বৃহস্পতিবাৰ , ইংৰাজী ২৭ জানুৱাৰী |
কৃষ্ণ পক্ষ, দশমী তিথি ||
* *
সূৰ্য্যোদয় = ৬/১৪/৫৬ মি.
সূৰ্য্যোস্থয় = ৪/৫৮/৫০ মি.

জন্মতঃ= বৃশ্চিক ৰাশি (ন, য), বিপ্ৰ বৰ্ন, বৰুণ যোগ, দেবাৰি গন, বাঘৰ অস্থি ||

আদ্যঋতু হলে ঃ= বেশ্যা যোগ, ১৫ দিনীয়া ব্ৰত, ৰাজ হাহঁ এজোৰ দান, অধিপতি গ্ৰহ – ৰবি ||

 

ভক্ষ্যাভক্ষ্যঃ= কলমৌ খোৱা নিষেধ, ||

আজিৰ ৰাশিফলঃ =

মেষ = শত্রুৰ পৰা সাৱধান হব |
বৃষ = গৃহ অশান্তিত ভুগিব লগা হব পাৰে |
মিথুন = বন্ধুৰ পৰা সহায় লাভ কৰিব |
কৰ্কট = ব্যস্ততা বৃদ্ধি হোৱা দেখা যায় |
সিংহ = মনৰ উৎসাহ হ্ৰাস হব পাৰে |
কন্যা = ভ্ৰমণত সুখ অনুভৱ কৰিব |
তুলা = দেহ পীড়াই দেহত কষ্ট দিব |
বৃশ্চিক = অৰ্থৰ আগমন বৃদ্ধি হব |
ধনু = সঞ্চয় বৃদ্ধি হোৱাৰ যোগ আছে |
মকৰ = কাৰ্য্যদক্ষতাত সুনাম লাভ কৰিব |
কুম্ভ = যাত্রাত বিঘিনি দেখা যায় |
মীন = সমস্যাৰ সমাধান ঘটিব |