আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

Pc. IndiaTv News

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি মাঘ মাহৰ ৩ তাৰিখ সোমবাৰ , ইংৰাজী ১৭ জানুৱাৰী |
শুক্ল পক্ষ, পূৰ্ণিমা তিথি, ||
* *
সূৰ্য্যোদয় = ৬/১৬/৪০ মি.
সূৰ্য্যোস্থয় = ৪/৫১/২১ মি.

জন্মতঃ= মিথুন ৰাশি (ক, ছ), বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, মাহেন্দ্ৰ যোগ, দেৱ গন, বৰাহৰ অস্থি ||

আদ্যঋতু হলে ঃ= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি–দুগ্ধ দান, অধিপতি গ্ৰহ চন্দ্ৰ, বুধ ||

 

ভক্ষ্যাভক্ষ্যঃ= আমিষ খোৱা নিষেধ, ||

আজিৰ ৰাশিফলঃ =

মেষ = শত্রুক জয় কৰিবলৈ সক্ষম হব |
বৃষ = ভ্ৰমণত কষ্ট পাব পাৰে |
মিথুন = পুৰণি ৰোগ বৃদ্ধি হব |
কৰ্কট = মনৰ আশা পূৰন হোৱাৰ যোগ |
সিংহ = কৰ্ম ব্যস্ততা বৃদ্ধি হব |
কন্যা = আত্মীয়ৰে আমোদ প্ৰমোদ লাভ কৰিব |
তুলা = মানসিক দুঃচিন্তা বৃদ্ধি হব |
বৃশ্চিক = সামাজিক সন্মান বৃদ্ধি হব |
ধনু = মানসিক ক্লেশত ভুগিব লগা হব |
মকৰ = পুৰনি বিবাদ নিষ্পত্তি কৰিব পাৰিব |
কুম্ভ = অকাৰনত আত্মীয়ৰে বিৰোধ হব পাৰে |
মীন = অৰ্থৰ আগমন বৃদ্ধি হব |