আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

pc- Times Now

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আহিন মাহৰ ১০ তাৰিখ সোমবাৰ , ইংৰাজী ২৭ চেপ্তেম্বৰ |
কৃষ্ণ পক্ষ , ষষ্ঠী তিথি, দিবা ৩/৪৩/১ মি. পৰা সপ্তমী তিথি ||
**
সূৰ্য্যোদয় = ৫/১৭/৫৯ মি.
সূৰ্য্যোস্থয় = ৫/১০/৪২ মি.

জন্মত= বৃষ ৰাশি (ব, ই, উ), শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, মাহেন্দ্ৰ যোগ, মনুষ্য গন, সৰ্পৰ অস্থি | সন্ধ্যা ৫/৪২/২৮ মি. পৰা দেৱ গন, শ্বানৰ অস্থি ||

আদ্যঋতু হলে= পতিহিতা যোগ, ৭ দিনীয়া ব্ৰত, ভাল কল দান, অধিপতি গ্ৰহ বৃহস্পতি. _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . তিতা খোৱা নিষেধ, দিবা ৩/৪৩/১ মি. পৰা তাল খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = প্ৰেম/পিৰিতিত শুভ ফল পাব | বৃষ = সম্পদ লাভৰ যোগ চলিছে |
মিথুন = সমস্যা সমাধান কৰিব পাৰিব |
কৰ্কট = মনৰ আশা পূৰন হোৱাৰ যোগ আছে |
সিংহ = আত্মীয়ৰ সৈতে মনোমালিন্য ঘটিব পাৰে |
কন্যা = সু_ সংবাদ লাভ কৰিব |
তুলা = কৰ্মত মানসিক শান্তি লাভ কৰিব |
বৃশ্চিক = গৃহ সুখ বৃদ্ধি পাব |
ধনু = কৰ্ম জটিলতা বৃদ্ধি হোৱা দেখা যায় |
মকৰ = মনৰ আশা ভংগ হব পাৰে |
কুম্ভ = গৃহ ক্লেশ ঘটিব পাৰে |
মীন = সম্পদ বৃদ্ধি হোৱাৰ যোগ আছে |