আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি ভাদ মাহৰ ২৫ তাৰিখ শনিবাৰ , ইংৰাজী ১১ চেপ্তেম্বৰ |শুক্ল পক্ষ, পঞ্চমী তিথি ||**
সূৰ্য্যোদয় = ৫/১১/৪২ মি.
সূৰ্য্যোস্থয় = ৫/২৮/৪২ মি.

জন্মত= তুলা ৰাশি (ৰ, ত), বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, বৰুণ যোগ, দেৱ গন, মহিষৰ অস্থি ||

আদ্যঋতু হলে= বেশ্যা যোগ, ১৫ দিনীয়া ব্ৰত, ৰাজ হাহঁ দান, অধিপতি গ্ৰহ ৰবি | _ _ _ _

*ভক্ষ্যাভক্ষ্যঃ* . তিতা খোৱা নিষেধ || _ _ _ _ _ _

আজিৰ ৰাশিফলঃ =
মেষ = ভোজন বিলাস ভোগ | বৃষ = আত্মীয়ৰ আগমন ঘটিব |
মিথুন = হঠাৎ প্ৰাপ্তিৰ যোগ চলিছে |
কৰ্কট = মুল্যবান দ্ৰব্য নাশ হব পাৰে |
সিংহ = জ্ঞান লাভ হোৱা দেখা যায় |
কন্যা = মনত চঞ্চলতা বৃদ্ধি পাব |
তুলা = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
বৃশ্চিক = পাৰিবাৰিক উন্নতি সাধন কৰিব |
ধনু = তীৰ্থ ভ্ৰমণৰ যোগ আছে |
মকৰ = ভোজন সুখ আছে |
কুম্ভ = প্ৰিয় বন্ধুজনক লাভ কৰিব |
মীন = এলাহ বৃদ্ধি পাব |