আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
_যোগাযোগৰ বাবে =_ 9101835041, 9854200799 ||

আজি ভাদ মাহৰ ৮ তাৰিখ বুধবাৰ , ইংৰাজী ২৫ আগষ্ট |
শুক্লা পক্ষ, তৃতীয়া তিথি | আবেলি ৪/১৮/২১ মি. পৰা চতুৰ্থী তিথি ||
*ৰাখীবন্ধন*
সূৰ্য্যোদয় = ৫/৪/১৯ মি.
সূৰ্য্যোস্থয় = ৫/৪৬/৩৯ মি.

*জন্মত=* মীনৰাশি (দ, চ), বিপ্ৰ বৰ্ন, অগ্নি যোগ, মনুষ্য গন, গৰুৰ অস্থি ||

*আদ্যঋতু হলে=* দু্ৰ্ভগা যোগ, ১২ দিনীয়া ব্ৰত, কাছ দান অভাৱে জীয়া মাছ দান, অধিপতি গ্ৰহ মঙ্গল ||_ _ _ _
**ভক্ষ্যাভক্ষ্যঃ** . পটল খোৱা নিষেধ , ৰাতি মূলা খোৱা নিষেধ || _ _ _ _ _ _
*আজিৰ ৰাশিফলঃ* =
মেষ = কৰ্ম প্ৰাপ্তিৰ যোগ আছে | বৃষ = কনিষ্ঠৰ লগত মনোমালিন্য হব |
মিথুন = জ্ঞান লাভৰ সুযোগ পাব |
কৰ্কট = মান_যশ বৃদ্ধি পাব |
সিংহ = কৰ্মত জটিলতা দেখা যায় |
কন্যা = গৃহত উন্নতিৰ যোগ চলিছে |
তুলা = মানসিক বা আৰ্থিক ক্ষতি হব পাৰে |
বৃশ্চিক = সামাজিক সন্মান লাভ কৰিব |
ধনু = কনিষ্ঠৰ পৰা সহায় লাভ কৰিব |
মকৰ = অৰ্থৰ আগমন হ্ৰাস হব |
কুম্ভ = পদ মৰ্যদা লাভ কৰিবলৈ সক্ষম হব |
মীন = অনৰ্থক অধিক ব্যয় হব পাৰে |