আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

pc-dreamstime

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি ভাদ মাহৰ ৫ তাৰিখ ৰবিবাৰ , ইংৰাজী ২২ আগষ্ট |
শুক্লা পক্ষ, পূৰ্ণিমা তিথি | সন্ধিয়া ৫/৩১/৫ কৃষ্ণ পক্ষ, প্ৰতিপদ তিথি ||
ৰাখীবন্ধন
সূৰ্য্যোদয় = ৫/৩/১ মি.
সূৰ্য্যোস্থয় = ৫/৪৯/৪২ মি.

জন্মত= মকৰ ৰাশি (খ, জ), শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, অগ্নি যোগ, দেৱাৰী গন, কুম্ভীৰৰ অস্থি || পুৱা ৭/৫৭/৫০ মি. পৰা কুম্ভ ৰাশি, (গ, স, শ), বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, অগ্নি যোগ ||

আদ্যঋতু হলে= সুভগা যোগ, ৭ দিনীয়া ব্ৰত, চানাৰ মিঠাই দান, অধিপতি গ্ৰহ শুক্ৰ ||_ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . আমিষ খোৱা নিষেধ , ৰাতি কোমোৰা খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = অযথা ব্যয় বৃদ্ধি হব | বৃষ = বন্ধুৰ লগত মনোমালিন্য হব পাৰে |
মিথুন = যশস্যা বৃদ্ধি হব |
কৰ্কট = কাৰোবাৰ পৰা প্ৰতাৰিত হব পাৰে |
সিংহ = পুৰণি ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
কন্যা = ব্যয় অধিক হব পাৰে |
তুলা = কৰ্মত বিজয় হব পাৰিব |
বৃশ্চিক = সমস্যা সমাধান কৰিবলৈ সক্ষম হব |
ধনু = ধনাগম বৃদ্ধি হোৱাৰ যোগ আছে |
মকৰ = কৰ্মত কৃতকাৰ্যতা লাভ কৰিব |
কুম্ভ = কৰ্মত জটিলতা বৃদ্ধি হোৱা দেখা যায় |
মীন = মানসিক অশান্তি, পুৰণি বন্ধু লগ পাব |