আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

pc-indiatv

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি শাওঁন মাহৰ ৯ তাৰিখ সোমবাৰ , ইংৰাজী ২৬ জুলাই |
কৃষ্ণপক্ষ, তৃতীয় তিথি ||

সূৰ্য্যোদয় = ৪/৫০/২ মি.
সূৰ্য্যোস্থয় = ৬/৯/৫৯ মি.

জন্মত= কুম্ভ ৰাশি (গ, স, শ), ধনিষ্ঠা নক্ষত্র, বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, অগ্নি যোগ, দেৱাৰী গন, কুম্ভীৰৰ অস্থি, ||

আদ্যঋতু হলে= সুভগা যোগ, ৭ দিনীয়া ব্ৰত, চানাৰ মিঠাই দান, অধিপতি গ্ৰহ শুক্ৰ | পুৱা ১০/২৬/১১মি. পৰা দূৰ্ভগা যোগ, ১২ দিনীয়া ব্ৰত, কাছ অভাৱে জীয়া মাছ দান, অধিপতি গ্ৰহ মঙ্গল || _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . পটল খোৱা নিষেধ | _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = পুৰণি বিবাদ নিষ্পত্তি হব || বৃষ = সামাজিক সন্মান বৃদ্ধি পাব |
মিথুন = মানসিক ভাৱে কষ্ট পাব |
কৰ্কট = নতুন যোগাযোগ লাভ কৰিব |
সিংহ = জ্যেষ্ঠৰ পৰা দুঃসংবাদ পাব |
কন্যা = আত্মীয় সুখ লাভ কৰিব |
তুলা = পিতৃ_মাতৃৰ ৰোগত কষ্ট হব |
বৃশ্চিক = সম্পদ বৃদ্ধি হব |
ধনু = কৰ্ম জটিলতাত ভুগিব |
মকৰ = পুৰণি ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
কুম্ভ = অযথা ব্যয় বৃদ্ধি পাব |
মীন = নতুন আশাৰ সঞ্চাৰ হব |