আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

pc-the astrologer

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি শাওঁন মাহৰ ৮ তাৰিখ ৰবিবাৰ , ইংৰাজী ২৫ জুলাই |
কৃষ্ণপক্ষ, প্ৰতিপদ তিথি , পুৱা ৫/৫০/৫৫মি. পৰা দ্বিতীয় তিথি ||

সূৰ্য্যোদয় = ৪/৪৯/৪৮ মি.
সূৰ্য্যোস্থয় = ৬/১০/২৪ মি.

জন্মত= মকৰ ৰাশি (খ, জ,), শ্ৰৱনা নক্ষত্র, শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, অগ্নি যোগ, দেৱ গন, কুম্ভীৰৰ অস্থি ||

আদ্যঋতু হলে= সুভগা যোগ, ৭ দিনীয়া ব্ৰত, চানাৰ মিঠাই দান, অধিপতি গ্ৰহ শুক্ৰ | _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . তিতা খোৱা নিষেধ | _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = মানসিক অশান্তি ভোগ কৰিব | বৃষ = যাত্রাত জয় লাভ কৰিব পাৰিব |
মিথুন = নতুন আশাৰ সঞ্চাৰ হব |
কৰ্কট = মান হানিৰ যোগ আছে, সাৱধান হব |
সিংহ = কৰ্মত কৃতকাৰ্যতা লাভ কৰিব |
কন্যা = গৃহত অশান্তিৰ সৃষ্টি হব |
তুলা = ব্যয় বৃদ্ধি হোৱা দেখা যায় |
বৃশ্চিক = কাৰ্য্য সম্পাদন কৰিব পাৰিব |
ধনু = দুঃসংবাদে মনত আঘাট দিব |
মকৰ = সম্পদ লাভ হোৱাৰ সম্ভাৱনা আছে |
কুম্ভ = বিপদ মুক্ত হোৱা দেখা যায় |
মীন = সু সংবাদ লাভ কৰিব |