আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

pc-indiatv

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি শাওঁন মাহৰ ৭ তাৰিখ শনিবাৰ , ইংৰাজী ২৪ জুলাই |
শুক্লা পক্ষ, পূৰ্ণিমা তিথি, দিবা ৮/৬/৯ মি. পৰা কৃষ্ণপক্ষ, প্ৰতিপদ তিথি ||

সূৰ্য্যোদয় = ৪/৪৯/১ মি.
সূৰ্য্যোস্থয় = ৬/১১/৫৯ মি.

জন্মত= মকৰ ৰাশি (খ, জ,), উত্তৰষাঢ়া নক্ষত্র, শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, অগ্নি যোগ, মনুষ্য গন, গৰুৰ অস্থি ||

আদ্যঋতু হলে= সুভগা যোগ, ৭ দিনীয়া ব্ৰত, চানাৰ মিঠাই দান, অধিপতি গ্ৰহ শুক্ৰ | _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . কোমোৰা খোৱা নিষেধ | _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = ভ্ৰমণ কৰিলে কষ্ট ভোগ কৰিব | বৃষ = পুৰণি বিবাদ নিষ্পত্তি কৰিব পাৰিব |
মিথুন = অৰ্থৰ আগমন বৃদ্ধি ঘটিব |
কৰ্কট = মনৰ আশা ভংগ হব |
সিংহ = মানসিক দুঃচিন্তা বৃদ্ধি হব |
কন্যা = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
তুলা = হঠাৎ দুৰ্ভোগত ভুগিব লগা হব পাৰে |
বৃশ্চিক = আশা ভংগৰ যোগ চলিছে |
ধনু = পদ মৰ্যদা বৃদ্ধি কৰিব পাৰিব |
মকৰ = নতুন যোগাযোগ লাভ কৰিব |
কুম্ভ = এলাহ বৃদ্ধি হোৱা দেখা যায় |
মীন = মানসিক অশান্তিত ভোগিব |