আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

pc-wallpapersafari

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি শাওঁন মাহৰ ৪ তাৰিখ বুধবাৰ , ইংৰাজী ২১ জুলাই |
শুক্লা পক্ষ, দ্বাদশী তিথি, আবেলি ৪/২৬/৪৭মি. পৰা ত্রয়োদশী তিথি ||

সূৰ্য্যোদয় = ৪/৪৬/৪১ মি.
সূৰ্য্যোস্থয় = ৬/১২/৩০ মি.

জন্মত= বৃশ্চিক ৰাশি (ন, য), জ্যেষ্ঠা নক্ষত্র, বিপ্ৰ বৰ্ন, বৰুণ যোগ, দেৱাৰী গন, পহুৰ অস্থি | সন্ধ্যা ৬/৩০/৪০মি. পৰা ধনু ৰাশি (ভ, ধ, ফ), মূলা নক্ষত্র, ক্ষত্রিয় বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, দেৱাৰী গন , গন্ধৰ্ব অস্থি ||

আদ্যঋতু হলে= পতিহীনা যোগ, ৯০ দিনীয়া ব্ৰত, ক’লা গৰু বা ছাগলী দান || _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . পূৰৈ শাক খোৱা নিষেধ | _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = ৰোগ বৃদ্ধি হোৱাৰ যোগ আছে | বৃষ = ধনৰ আগমন বৃদ্ধি ঘটিব |
মিথুন = পিতৃ _ মাতৃৰ সৈতে মনোমালিন্য ঘটিব |
কৰ্কট = দাম্পত্য জীৱনৰ সুখ ভোগ কৰিব |
সিংহ = সমস্যাৰ সমাধান কৰিব পাৰিব |
কন্যা = গৃহ অশান্তিত ভুগিব পাৰে |
তুলা = অনৰ্থক অৰ্থ ব্যয়বহুল হব |
বৃশ্চিক = সন্তানৰ পৰা সুখ লাভ কৰিব |
ধনু = হঠাৎ উপাৰ্জন বৃদ্ধি হব |
মকৰ = মানসিক অশান্তিয়ে হতাশা আনিব পাৰে |
কুম্ভ = কাৰ্য্য সিদ্ধিৰ যোগ চলি আছে |
মীন = ৰাজ ভয় আছে, সেয়ে সাৱধান হব |