আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

Pc-astropraveen.com

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি আহাৰ মাহৰ ২৯ তাৰিখ বুধবাৰ , ইংৰাজী ১৪ জুলাই |
শুক্লা পক্ষ, চতুৰ্থী তিথি | পুৱা ৮/২/৫৫ মি. পৰা পঞ্চমী তিথি ||

সূৰ্য্যোদয় = ৪/৪৪/৫৩ মি.
সূৰ্য্যোস্থয় = ৬/১৪/২১ মি.

জন্মত= সিংহ ৰাশি (ম, ট), পূৰ্ব্বফল্গুনী নক্ষত্র, ক্ষত্রিয় বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, বায়ু যোগ, মনুষ্যগন, বান্দৰৰ অস্থি ||

আদ্যঋতু হলে= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি _ দুগ্ধ দান || _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . মূলা খোৱা নিষেধ | পুৱা ৮/৩ মি. পৰা বেল খোৱা নিষেধ | _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = নতুন শুভ আঁচনি হাতত লব | বৃষ = নিজৰ মৰ্যাদা হানিৰ সন্মুখীন হব পাৰে |
মিথুন = ধন হানি হোৱাৰ সম্ভাৱনা বেছি |
কৰ্কট = কৰ্মত সাফল্য অৰ্জন কৰিব |
সিংহ = অভাৱনীয় ভাবে ধনাগম বৃদ্ধি হব |
কন্যা = শুভ সংবাদ লাভ কৰিব |
তুলা = প্ৰেমত শুভ প্ৰভাৱ পৰিছে |
বৃশ্চিক = কৰ্ম লাভ কৰাৰ যোগ আছে |
ধনু = অৰ্থ লাভ কৰিব পাৰিব |
মকৰ = মনত অশান্তি পাব পাৰে |
কুম্ভ = হঠাৎ সম্পদ লাভৰ যোগ আছে |
মীন = এলাহ বৃদ্ধি হোৱা দেখা যায় |