আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

Pc-depositphotos

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি আহাৰ মাহৰ ২৫ তাৰিখ শনিবাৰ , ইংৰাজী ১০ জুলাই |
কৃষ্ণ পক্ষ, অমাৱস্যা তিথি | পুৱা ৬/৪৬/৪৬ মি. পৰা শুক্লা পক্ষ, প্ৰতিপদ তিথি ||

সূৰ্য্যোদয় = ৪/৪২/৪০ মি.
সূৰ্য্যোস্থয় = ৬/১৫/১ মি.

জন্মত= মিথুন ৰাশি, (ক, ছ), পূৰ্নব্বসু নক্ষত্র , বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন , মাহেন্দ্ৰ যোগ, দেৱ গন, বৰাহৰ অস্থি ||

আদ্যঋতু হলে= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি _ দুগ্ধ দান || _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . কোমোৰা খোৱা নিষেধ | নিশা উপবাসে থকাতো ভাল || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = ভ্ৰমণ বাতিল কৰক, নহলে কষ্ট পাব | বৃষ = পুৰণি বিবাদ নিষ্পত্তি হব |
মিথুন = অৰ্থৰ আগমন বৃদ্ধি হব |
কৰ্কট = মনৰ আশা ভংগ হব পাৰে |
সিংহ = মানসিক দুঃচিন্তাত ভোগিব লগা হব |
কন্যা = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
তুলা = দুৰ্ভোগত ভূগিব পাৰে |
বৃশ্চিক = মনৰ আশা ভংগ যোগ চলি আছে |
ধনু = পদ মৰ্যদা বৃদ্ধি হব |
মকৰ = নতুন যোগাযোগ লাভ কৰিব |
কুম্ভ = এলাহ বৃদ্ধিয়ে বিপদত পেলাব পাৰে |
মীন = মানসিক ভাৱে অশান্তিত ভুগিব |