আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি জেঠ মাহৰ ১ তাৰিখ ৰবিবাৰ, ইংৰাজী ১৬মে | শুক্লাপক্ষ, চতুৰ্থী তিথি, দিবা ১/০/৭মি. পৰা পঞ্চমী তিথি |

সূৰ্য্যোদয় = ৪/৪০/৫০ মি.
সূৰ্য্যোস্থয় = ৫/৫৯/১০ মি.

জন্মত= মিথুন ৰাশি, বৈশ্যবৰ্ন, মনুষ্য গন, সৰ্পৰ অস্থি, মাহেন্দ্ৰ যোগ ||

আদ্যঋতু হলে= ৭ দিনিয়া কান্তা যোগ ||

*আজিৰ ৰাশিফলঃ* =

মেষ= সঞ্চয় বৃদ্ধি কৰাৰ সুবিধা পাব |
বৃষ = পুৰণি বিবাদ নিষ্পত্তিৰ যোগ |
মিথুন = কাৰ্য্য সম্পাদন কৰিব পাৰিব |
কৰ্কট = জ্ঞান লাভ হব |
সিংহ= আত্মীয় সুখ লাভ কৰিব |
কন্যা = মনৰ পৰিবৰ্তন হব |
তুলা = সমস্যা সমাধানৰ দিশে |
বৃশ্চিক = নতুন বন্ধু লাভত আনন্দ |
ধনু = মানসিক অশান্তিয়ে হতাশ কৰিব |
মকৰ= সাৱধান হব, ভ্ৰমণত কষ্ট আছে |
কুম্ভ = নিজৰ কাৰ্য্যত সুখ লাভ কৰিব |
মীন = কৰ্মত সাফল্য অৰ্জন কৰিব |