আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

Pc-astropraveen.com

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি আহাৰ মাহৰ ১৮ তাৰিখ শনিবাৰ , ইংৰাজী ৩ জুলাই |
কৃষ্ণ পক্ষ, নৱমী তিথি, দিনৰ ৫/৩০/৩৭ মি. পৰা দশমী তিথি |

সূৰ্য্যোদয় = ৪/৩৯/৩৫ মি.
সূৰ্য্যোস্থয় = ৬/১৫/৫৪ মি.

জন্মত= মীনৰাশি (দ, চ), বিপ্ৰ বৰ্ন, অগ্নি যোগ, দেৱ গন, হাতীৰ অস্থি || পুৱা ৬/১৪/১৬ মি. পৰা মেষ ৰাশি (অ, ল), ক্ষত্রিয় বৰ্ন, মাহেন্দ্ৰ যোগ, দেৱ গন, ঘোঁৰাৰ অস্থি ||

আদ্যঋতু হলে= দুঃ শীলা যোগ, ৪৫ দিনীয়া ব্ৰত, ক’লা পাৰ চৰাই এজোৰ দান || _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . লাউ খোৱা নিষেধ | _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = গৃহ অশান্তিত ভুগিব || বৃষ = মনৰ আশা ভংগ হব |
মিথুন = যশস্যা লাভ কৰিবলৈ সক্ষম হব |
কৰ্কট = ভ্ৰমণত কষ্ট পোৱাৰ যোগ আছে |
সিংহ = কৰ্মত সফলতা অৰ্জন কৰিব |
কন্যা = সামাজিক সন্মান লাভ কৰিব |
তুলা = নিজৰ দায়িত্ব বৃদ্ধি হব |
বৃশ্চিক = মৰমত সংঘাতৰ সৃষ্টি হব পাৰে |
ধনু = আত্মীয়ৰ আগমনত ব্যস্ততা বাঢ়িব |
মকৰ = অপযশ পোৱাৰ যোগ আছে |
কুম্ভ = ধনৰ আগমন বৃদ্ধি হব |
মীন = বন্ধু লাভ কৰিব