আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

Pc-cbc.ca

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি আহাৰ মাহৰ ১৪ তাৰিখ মংগলবাৰ , ইংৰাজী ২৯ জুন |
কৃষ্ণ পক্ষ, পঞ্চমী তিথি, দিনৰ ১/২২/৪০ মি. পৰা ষষ্ঠী তিথি |

সূৰ্য্যোদয় = ৪/৩৮/২৮ মি.
সূৰ্য্যোস্থয় = ৬/১৫/৩০ মি.

জন্মত= কুম্ভ ৰাশি (গ, স, শ), বৈশ্যবৰ্ন, অগ্নি যোগ, দেৱাৰী গন, মনুষ্যৰ অস্থি ||

আদ্যঋতু হলে= দুৰ্ভগা যোগ, ১২ দিনীয়া ব্ৰত, কাছ দান, অভাৱে জীয়া মাছ দান ||

আজিৰ ৰাশিফলঃ =
মেষ = আত্মীয় আগমন ঘটিব | বৃষ = বন্ধুৰ সহায় লাভ কৰিব |
মিথুন = গৃহ অশান্তিত ভুগিব পাৰে |
কৰ্কট = সমস্যাৰ সমাধান কৰিব পাৰিব |
সিংহ = কাৰ্য্য সিদ্ধিৰ যোগ চলিছে |
কন্যা = শুভ সংবাদে মনত আনন্দ দিব |
তুলা = সাধাৰণ ভাৱে আঘাত পোৱাৰ যোগ আছে |
বৃশ্চিক = ভোজন বিলাসত সন্তুষ্টি লভিব |
ধনু = ভ্ৰমণ যোগ চলি আছে |
মকৰ = গৃহত বিবাদৰ সৃষ্টি হব পাৰে |
কুম্ভ = বন্ধু ক্লেশ ঘটিব পাৰে |
মীন = পুৰণি সমস্যা বৃদ্ধি হব |