আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

Pc-walpapersafari

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি আহাৰ মাহৰ ৫ তাৰিখ ৰবিবাৰ , ইংৰাজী ২০ জুন |
শুক্লাপক্ষ, দশমী তিথি, সন্ধিয়া ৪/২১/৩২মি. পৰা একাদশী তিথি ||

সূৰ্য্যোদয় = ৪/৩৫/৫৮ মি.
সূৰ্য্যোস্থয় = ৬/১৪/২০ মি.

জন্মত= কন্যা ৰাশি (প, ঠ), শূদ্ৰ বৰ্ন, বায়ু যোগ, দেৱাৰি গন, বাঘৰ অস্থি | পুৱা ৭/৪৩/৪৭মি.পৰা তুলা ৰাশি (ৰ, ত) , বৈশ্যবৰ্ন, বৰুণ যোগ, দেৱাৰি গন, বাঘৰ অস্থি ||

আদ্যঋতু হলে= বেশ্যা যোগ, ১৫ দিনীয়া ব্ৰত, ৰাজহাঁহ দান ||

আজিৰ ৰাশিফলঃ =

মেষ = মান_যশস্যা বৃদ্ধি পাব |
বৃষ = নতুন যোগাযোগ লাভ কৰিব |
মিথুন = মনৰ আশা ভংগ হব পাৰে |
কৰ্কট = অযথা চিন্তাই মনত অশান্তি দিব |
সিংহ = অনৰ্থক ব্যয় বৃদ্ধি হব |
কন্যা = হঠাৎ ধন _টকা প্ৰাপ্তিৰ যোগ আছে |
তুলা = ধন _টকাৰ আগমন ঘটিব |
বৃশ্চিক = কৰ্ম ব্যস্ততা বৃদ্ধি হব |
ধনু = কনিষ্ঠৰ পৰা মনত শান্তি পাব |
মকৰ = বেমাৰে দেহত কষ্ট দিব পাৰে |
কুম্ভ = মনত হতাশা বৃদ্ধি পাব |
মীন = এলাহ বৃদ্ধি হব |