আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ || যোগাযোগৰ বাবে = 9101835041, 9854200799

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি জেঠ মাহৰ ১২ তাৰিখ বৃহস্পতিবাৰ, ইংৰাজী ২৭ মে |
কৃষ্ণপক্ষ, প্ৰতিপদ তিথি, দিনৰ ১/২/২৭মি. পৰা দ্বিতীয়া তিথি |

সূৰ্য্যোদয় = ৪/৩৫/২৫ মি.
সূৰ্য্যোস্থয় = ৬/৫/২৪ মি.

জন্মত= বৃশ্চিক ৰাশি (ন, য), বিপ্ৰবৰ্ন, দেৱাৰীগন, বৰুণ যোগ |

আদ্যঋতু হলে= পতিহীনা যোগ, ৯০ দিনীয়া ব্ৰত, ক’লা গৰু বা ছাগলী দান |

*আজিৰ ৰাশিফলঃ* =

মেষ = শুভ সংবাদ লাভ কৰিব |
বৃষ = সঞ্চিত ধনৰ ক্ষতি হব |
মিথুন = পদমৰ্যদা লাভ কৰিবলৈ সক্ষম হব |
কৰ্কট = নতুন যোগাযোগ লাভ কৰিব |
সিংহ= প্ৰাপ্য ধন আদায় হব |
কন্যা = পুৰণি বন্ধু লগ পাব |
তুলা = কৰ্মত জটিলতা দেখা যায় |
বৃশ্চিক = এলাহে আৰ্থিক দিশত ক্ষতি কৰিব |
ধনু = ধন আগমন বৃদ্ধি যোগ আছে |
মকৰ= সাৱধান, শত্রু ভয় দেখা যায় |
কুম্ভ = অপযশ পোৱাৰ যোগ আছে |
মীন = মনত সাহসৰ অভাৱ হব |