আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা

আজি বহাগ মাহৰ ২৮ তাৰিখ বুধবাৰ , ইংৰাজী ১২মে | শুক্লাপক্ষ, প্ৰতিপদ তিথি ||

সূৰ্য্যোদয় = ৪/৪৭/৫৬মি.
সূৰ্য্যোস্থয় = ৫/৫০/৩৬মি.

জন্মত_ মেষ ৰাশি, দেৱাৰীগন, ক্ষত্রিয় বৰ্ন ||

*আজিৰ ৰাশিফলঃ* =

মেষ= কোনো উতসৱত অংশ গ্ৰহণ কৰি আনন্দিত হব
বৃষ = সাহিত্য সেৱাৰ প্ৰতি মনোযোগ বাঢ়িব
মিথুন = শাৰীৰিক পৰিশ্ৰম আৰু কষ্টই মনত অশান্তি দিব
কৰ্কট =ঘৰুৱাভাৱে প্ৰেম_প্ৰীতিত আনন্দ লাভ কৰিব ||
সিংহ= বিদ্যাৰ্থীৰ বাবে বিদ্যাত বাধা প্ৰাপ্ত হব ||
কন্যা = পুৰণি বন্ধুৰ আগমন ঘটিব পাৰে ||
তুলা = আপোনজনৰ কাষত থকি মন পুলকিত কৰিব
বৃশ্চিক = সামাজিক কামত ব্যস্ততাৰ লগতে দায়বদ্ধতাও বাঢ়িব ||
ধনু = অনৰ্থক কামত খৰচ বৃদ্ধি হব সেয়ে সাৱধান হব
মকৰ= মনত আমোদ_প্ৰমোদে আনন্দিত কৰিব ||
কুম্ভ = আপোনাৰ বাবে উপযুক্ত সময়ত এয়া ||
মীন = সম্পদ বৃদ্ধিৰ যোগ চলিছে ||

Loading