অমিত শ্বাহৰ নিৰ্দেশত ১০০ কোটি মূল্যৰ ৩০,০০০ কিলোগ্ৰাম ডাগ্ৰছ ধ্বংস

Pc Fress Press Journal

অমিত শ্বাহৰ নিৰ্দেশত ১০০ কোটি মূল্যৰ ৩০,০০০ কিলোগ্ৰাম ডাগ্ৰছ ধ্বংস

ৰঙিলী বাৰ্ত্তাসেৱা-  গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশত চাৰিটা স্থানত প্ৰায় ৩০,০০০ কিলোগ্ৰাম জব্দ কৰা ড্ৰাগছ ধ্বংস কৰা হয়। দিল্লী, চেন্নাই, গুৱাহাটী আৰু কলকাতাৰ চাৰিটা স্থানত মুঠ ১০০ কোটি মূল্যৰ ডাগ্ৰছ ধ্বংস কৰা হৈছিল। গুৱাহাটীৰ এজন আৰক্ষী বিষয়াই এই অভিযানক “ঐতিহাসিক” বুলি অভিহিত কৰিছে।