অভিনেত্ৰী অলংকৃতাকৰ চণ্ডিগড়ত তেওঁৰ ভাড়াঘৰত ডকাইটি; লুট ৬.৫ লাখ টকা

pc The Indian Express

অভিনেত্ৰী অলংকৃতাকৰ চণ্ডিগড়ত তেওঁৰ ভাড়াঘৰত ডকাইটি; লুট ৬.৫ লাখ টকা

অনলাইন বাৰ্ত্তাসেৱা – মডেলৰ পৰা অভিনেত্ৰী হোৱা অলংকৃতা চাহাইক চণ্ডিগড়ৰ চেক্টৰ-২৭ত থকা তেওঁৰ ভাড়াঘৰত বন্দী কৰি ৰখি ৬.৫ লাখ টকা লুটি নিয়ে। আৰক্ষীয়ে কয়, “তেওঁ অকলে আছিল। প্ৰৱেশ দুৱাৰখন খোলা হৈছিল। আমি এটা গোচৰ ৰুজু কৰিছো আৰু গুৰুত্বপূৰ্ণ সম্ভেদ পোৱা গৈছে”। তেওঁ কৈছিল যে এজন ডকাইতে কেইদিনমান আগতে আচবাব ডেলিভাৰ কৰিবলৈ তেওঁৰ ঘৰলৈ গৈছিল।

(UD.)