অভিনেতা ৰছিক দাভেৰ ৬৫ বছৰ বয়সত মৃত্যু

Pc The indian Express

অভিনেতা ৰছিক দাভেৰ ৬৫ বছৰ বয়সত মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  অভিনেতা ৰছিক দাভেৰ মুম্বাইত ৬৫ বছৰ বয়সত বৃক্ক বিকল হোৱাৰ ফলত মৃত্যু হয়। তেওঁ ১৯৮০ ৰ দশকত সম্প্ৰচাৰ আৰম্ভ হোৱা ‘মহাভাৰত’ত নন্দৰ চৰিত্ৰত অভিনয় কৰিছিল। ৰছিকে অভিনেত্ৰী কেতকী দাভেৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। খবৰ অনুসৰি দম্পতীহালৰ এটা গুজৰাটী থিয়েটাৰ কোম্পানী আছিল।