অনুভৱ– আনন্দ ৰয়, গাওঁ-২ নং মাকেলী জিলা -কামৰূপ (অসম)

pc-unplash

অনুভৱ
————
সচাকৈয়ে মই বাৰু দুখীয়া নে?
নাই যাৰ ইচ্ছা পূৰণ কৰাৰ ক্ষমতা,
বুকুত আছে মাথো দুখ আৰু বেদনা ভৰা।
আৰু আছে বুকুত জ্বলা জুই কৰা,
নাপামনে মই সুখ বিচাৰি?
কেতিয়া সুখ আহিব মোৰ জীৱনলৈ।
নাই যাৰ অলপো ভালপোৱাৰ আশা
আছে মাথো সকলোৰে পৰা অহা ঘৃণা।
কিয় বা জীয়াই আছো এই পৃথিৱীত
দুখ আৰু বেদনা বুকুত লৈ
সচাকৈয়ে মই বাৰু দুখীয়ানে?

আনন্দ ৰয়
গাওঁ-২ নং মাকেলী
জিলা -কামৰূপ (অসম)

 

C