অতৃপ্তি – কবিতা শৰ্মা 

p.c. Rock Recipes

অতৃপ্তি 

কবিতা শৰ্মা 

গুগুলে যুগুতোৱা বিভিন্ন ৰেচিপি চাই প্ৰস্তুত কৰা দেশী বিদেশী সুস্বাদু ব্যন্জনেৰে তাৰ উদৰ পূৰিল ঠিকেই কিন্তু মনটোহে যেন কৰবাত অতৃপ্ত হৈ ৰ’ল ….যাকৰ হাতৰ ধোৱা ওলাই থকা মাটি মাহৰ দাইল আৰু হাঁহৰ কণীৰ পনীয়া জোলখনৰ ফুৰ ফুৰিয়া গোন্ধটো আহি তাৰ নাকত লাগিল।