অতি কম সময়ৰ ভিতৰত যান-বাহন আইন উলংঘনৰ বাবে প্ৰেৰণ কৰা হব ই-চালান

pc Times of India

অতি কম সময়ৰ ভিতৰত যান-বাহন আইন উলংঘনৰ বাবে প্ৰেৰণ কৰা হব ই-চালান

অনলাইন বাৰ্ত্তাসেৱা – কেন্দ্ৰীয় মটৰ গাড়ী আইন, ১৯৮৯ সংশোধন কৰি যান-বাহন উলংঘনৰ ইলেক্ট্ৰনিক নিৰীক্ষণ আৰু নিয়ম প্ৰৱৰ্তনৰ অনুমতি প্ৰদান কৰা হয়। স্পীড কেমেৰা, ডেশ্বব’ৰ্ড কেমেৰা আদিৰ দৰে ইলেক্ট্ৰনিক সঁজুলিবোৰ ট্ৰেফিক উলংঘন ৰেকৰ্ড কৰিবলৈ আৰু ই-চালান জাৰী কৰাৰ বাবে ব্যৱহাৰ কৰা হ’ব যি উলংঘনৰ ১৫ দিনৰ ভিতৰত আইন উলংঘনকাৰীজনৰ ওচৰলৈ যাব। চালানবোৰ অনলাইন বা ট্ৰেফিক আৰক্ষী থানাত পৰিশোধ কৰিব লাগিব।

(UD.)