বার্তাসেৱা- অজন্তা নেওগক অসমৰ ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভাত বিত্ত বিভাগ আৱণ্টন কৰা হৈছে।গোলাঘাটৰ বিধায়ক অজন্তা নেওগ হৈছে ৰাজ্যখনৰ বিত্ত বিভাগৰ মুৰব্বী হোৱা প্ৰথম গৰাকী মহিলা। কেন্দ্ৰত থকা নিৰ্মলা সীতাৰমণৰ দৰে অজন্তা নেওগেও অসমৰ বিত্তৰ চোৱাচিতা কৰিব।তেখেতে সমাজ কল্যাণৰ দপ্তৰও চাব।
অজন্তা নেওগ হৈছে ৰাজ্যখনৰ বিত্ত বিভাগৰ মুৰব্বী হোৱা প্ৰথম গৰাকী মহিলা
