অখিল গগৈয়ে সস্তীয়া প্ৰচাৰৰ বাবে এতিয়া মমতা বেনাৰ্জী, ৰাহুল গান্ধীৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছেঃ বদৰুদ্দিন আজমল

pc Oneindia

অখিল গগৈয়ে সস্তীয়া প্ৰচাৰৰ বাবে এতিয়া মমতা বেনাৰ্জী, ৰাহুল গান্ধীৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছেঃ বদৰুদ্দিন আজমল

অলাইন বাৰ্ত্তাসেৱা – কংগ্ৰেছৰ সৈতে আনুষ্ঠানিক মিত্ৰতা ভংগ কৰিলে AIUDF প্ৰধান বদৰুদ্দিন আজমলে। কংগ্ৰেছৰ সৈতে ৰাজনৈতিক মিত্ৰতা ভংগ হোৱাক লৈ অলপো আক্ষেপ নাই AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ। অখিল গগৈক কটাক্ষ কৰি বদৰুদ্দিন আজমলৰ মন্তব্য হতাশাত ভুগিছে অখিল গগৈ। অখিল গগৈয়ে সস্তীয়া প্ৰচাৰৰ বাবে এতিয়া মমতা বেনাৰ্জী, ৰাহুল গান্ধীৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে বুলিও প্ৰকাশ কৰে বদৰুদ্দিন আজমলে।

(Utpal Kalita)