অক্ষয় কুমাৰৰ মাতৃ অৰুণা ভাটিয়াৰ মৃত্যু

pc Firstpost

অক্ষয় কুমাৰৰ মাতৃ অৰুণা ভাটিয়াৰ মৃত্যু

অনলাইন বাৰ্ত্তাসেৱা – অক্ষয় কুমাৰৰ মাতৃ অৰুণা ভাটিয়াৰক মুম্বাইৰ হিৰানন্দনী চিকিৎসালয়ৰ আই.চি.ইউ.ত কিছুদিন পূৰ্বে ভৰ্তি কৰোৱা হৈছিল আৰু ইয়াৰ পাছত আজি তেওঁৰ মৃত্যু হয়। এই কথা অভিনেতাজনে টুইটাৰযোগে নিশ্চিত কৰে। অক্ষয় কুমাৰে টুইটযোগে উল্লেখ কৰিছিল, “She was my core. And today I feel an unbearable pain at the very core of my existence….I respect your prayers as I and my family go through this period “

(UD.)