“ৰেইন চফ্‌ট”ৰ উৎপল-ধনজিৎ কেলেণ্ডাৰ মুকলি

Pc Ukhrul Times

“ৰেইন চফ্‌ট”ৰ উৎপল-ধনজিৎ কেলেণ্ডাৰ মুকলি

ৰঙিলী বাৰ্ত্তাসেৱা- অসম গ্ৰন্থমেলা, গুৱাহাটীৰ কাৰ্যালয়ত মুকলি কৰা হয় আগশাৰীৰ “ডিজাইন” প্ৰতিষ্ঠান “ৰেইন চফ্‌ট”-এ প্ৰকাশ কৰা খ্ৰীষ্টিয় নৱবৰ্ষ ২০২৩ৰ কেলেণ্ডাৰ ৷ প্ৰতিষ্ঠানটোৱে ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ অগ্ৰণী ব্যক্তিৰ আলোকচিত্ৰৰ স’তে এই কেলেণ্ডাৰ প্ৰকাশ কৰি আহিছে ৷ এইবাৰ ইয়াত প্ৰকাশ কৰা হৈছে “নেচাৰ্ছ বেকন”ৰ সঞ্চালক, প্ৰকৃতি সংৰক্ষণ আন্দোলনৰ নেতৃত্ব লোৱা সৌম্যদ্বীপ দত্তৰ আলোকচিত্ৰ ৷