ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত ১৯২.৭৪ কোটি কোভিড-১৯ ভেকছিনৰ পালি প্ৰদান 

pc Mint

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত ১৯২.৭৪ কোটি কোভিড-১৯ ভেকছিনৰ পালি প্ৰদান 

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনায় যে কেন্দ্ৰই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ১৯২.৭৪ কোটিতকৈও অধিক কোভিড-১৯ ভেকছিনৰ পালি প্ৰদান কৰিছে। ভাৰত চৰকাৰে ৰাজ্য আৰু ইউটিএছক বিনামূলীয়া কোভিড-১৯ ভেকছিন প্ৰদান কৰি আহিছে। দেশজুৰি টিকাকৰণ অভিযান ১৬ জানুৱাৰী, ২০২১ ৰ পৰা আৰম্ভ হৈছিল।