ৰাজ্যত অব্যাহত আছে দুৰ্নীতি

ৰাজ্যত অব্যাহত আছে দুৰ্নীতি

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত অব্যাহত আছে দুৰ্নীতি বিৰোধী অভিযান।পুনৰ দুৰ্নীতি নিবাৰকৰ জালত পৰিল আন এজন ঘোচখোৰ কৰ্মচাৰী।উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত পৰিল শিলচৰ গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ কৰ্মচাৰী।শ্ৰমিকৰ অনুজ্ঞা-পত্ৰৰ নামত উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ শিলচৰ গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ কম্পিউটাৰ অপাৰেটৰ সিবাশ ঘোষ।