ৰাজস্থান চৰকাৰৰ পেট্ৰ’লৰ ওপৰত ভেট ২.৪৮ টকা আৰু ডিজেলৰ ভেট ১.১৬ টকা হ্ৰাস

pc The Statesman

ৰাজস্থান চৰকাৰৰ পেট্ৰ’লৰ ওপৰত ভেট ২.৪৮ টকা আৰু ডিজেলৰ ভেট ১.১৬ টকা হ্ৰাস

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজস্থান চৰকাৰে ৰাজ্যখনত পেট্ৰ’লৰ ওপৰত মূল্য সংযোজন কৰ (ভেট) প্ৰতি লিটাৰত ২.৪৮ টকা আৰু ডিজেল প্ৰতি লিটাৰত ১.১৬ টকা হ্ৰাস কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অশোক গেহলটে টুইটাৰযোগে সিদ্ধান্তটো ঘোষণা কৰি কয় যে এই পদক্ষেপৰ পিছত ৰাজ্যখনত প্ৰতিলিটাৰ পেট্ৰ’লত ১০.৪৮টকা  আৰু প্ৰতিলিটাৰ ডিজেলত ৭.১৬টকা হ্ৰাস হ’ব।।