২৭ জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল

Pc Assam.news18.com

২৭ জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল

ৰঙিলী বাৰ্ত্তাসেৱা-  ২৭ জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। সোমবাৰে পুৱা ৯ বজাত ঘোষণা কৰা হ’ব ফলাফল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা  টুইটযোগে ঘোষণা কৰে।