২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চতুৰ্থ ছেমিষ্টাৰৰ পৰীক্ষা

pc The Sentinel Assam

২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চতুৰ্থ ছেমিষ্টাৰৰ পৰীক্ষা

অনলাইন বাৰ্ত্তাসেৱা – বিশ্ববিদ্যালয়ে জাৰি কৰা জাননী অনুসৰি, ২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ চতুৰ্থ ছেমিষ্টাৰৰ পৰীক্ষা। অনলাইন মাধ্যমেৰে অনুষ্ঠিত হ’ব এই পৰীক্ষা। বি এ, বি এছ চি, বি কমকে ধৰি সকলো শাখাৰে ৰেগুলাৰ আৰু এৰিয়াৰ সকলোৰে বাবে অনুষ্ঠিত হ’ব এই পৰীক্ষা। আইড’লৰ চতুৰ্থ ছেমিষ্টাৰৰ পৰীক্ষাও অনুষ্ঠিত হ’ব ২০ ছেপ্টেম্বৰৰ পৰা।

(Utpal Kalita)