২০২২ বৰ্ষৰ অসম গৌৰৱ বঁটা বিজয়ী কল্পনা বড়োৰ মৃত্যু

২০২২ বৰ্ষৰ অসম গৌৰৱ বঁটা বিজয়ী কল্পনা বড়োৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  ২০২২ বৰ্ষৰ অসম গৌৰৱ বঁটা বিজয়ী কল্পনা বড়োৰ মৃত্যু। দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল কল্পনা বড়ো। আজি পুৱা ৪ বজাত ৰৌতাৰ নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে বড়োৱে। অংগনৱাড়ী কৰ্মী হিচাপে আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে কল্পনা বড়োক অসম চৰকাৰে প্ৰদান কৰিছিল অসম গৌৰৱ সন্মান।